Local, Vocal, Global

কথমপি প্ৰাণ ৰক্ষা অৰণ্য মানৱ যাদৱ পায়েঙৰ

  • কথমপি প্ৰাণ ৰক্ষা অৰণ্য মানৱ যাদৱ পায়েঙৰ
  • এক  ভয়ংকৰ নাও দুৰ্ঘটনাৰ পৰাই কথমপি প্ৰাণ ৰক্ষা অৰণ্য মানৱৰ
  • পুত্ৰ আৰু এজন যুৱকৰ সৈতে নাওসহ নৈত উটি গৈছিল যাদৱ পায়েং
  • মোলাই চাপৰিত সংঘটিত হয় এই ঘটনা
  • আন এখন নাৱে উদ্ধাৰ কৰে তিনিজনকে