Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home India

আৰম্ভ হ’ব IPL, সময়সূচী জানেনে?

MyNews Bureau by MyNews Bureau
July 25, 2020
in India, Sports
0
আৰম্ভ হ’ব IPL, সময়সূচী জানেনে?
0
SHARES
4
VIEWS

RelatedPosts

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ

অপেক্ষাৰ অৱসান ৷ ঘোষণা হ’ল আই পি এলৰ সময়সূচী৷

১৯ ছেপ্টেম্ৱৰৰ পৰা অনুষ্ঠিত হ’ব আই পি এল৷ বিগত টী-২০ বিশ্বকাপ বাতিল হোৱাৰে পৰা চৰ্চাৰ শীৰ্ষত আছিল আই পি এল সন্দৰ্ভত৷ বিভিন্ন সংবাদ মাধ্যম, ক্ৰীড়া বিশ্লেষকেও আই পি এল অনুষ্ঠিত সন্দৰ্ভত বিভিন্ন মত প্ৰকাশ কৰি আহিছিল৷ সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পৰিল৷ বিচিচিআইয়ে ঘোষণা কৰিলে আই পি এলৰ সময়সূচী৷ এই বৰ্ষৰে ১৯ ছেপ্টেম্বৰৰ পৰা UAEত অনুষ্ঠিত হ’ব আই পি এল৷ আই পি এলৰ প্ৰথম মেচত সন্মুখসমৰত নামিব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু তিনিবাৰকৈ চেম্পিয়ন চেন্নাই ছুপাৰ কিং৷

সৰ্বমুঠ ৫৬খনকৈ লীগ মেচ অনুষ্ঠিত হোৱাৰ উপৰিও দুখনকৈ কোৱালিফায়াৰ আৰু এখন এলিমেনিটাৰ মেচ অনুষ্ঠিত হ’ব ৷ ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব বিশ্বৰ সৰ্ববৃহৎ টী-২০ লীগখনত চূড়ান্ত মেচ৷ প্ৰথমবাৰৰ বাবে UAEত অনুষ্ঠিত হ’ব আই পি এলৰ আটাইকেইখন মেছ৷ ইয়াৰ পূৰ্বে ২০০৯ চনত দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে দক্ষিণ আফ্ৰিকাত সকলোবোৰ মেচ আৰু ২০১৪ চনত দেশত পুনৰবাৰ সাধাৰণ নিৰ্বাচনৰ বাবে আৰৱ ভূমিত অনুষ্ঠিত হৈছিল ২০খনকৈ আই পি এলৰ মেচ৷ আই পি এলৰ পুনৰবাৰ সময়সূচী নিৰ্ধাৰণৰ লগে লগে ক্ৰীড়াপ্ৰেমীসকল উৎসাহিত হৈ পৰিছে ৷

Previous Post

কৰ’নাৰ ত্ৰাসত  শিৱসাগৰ  জিলা

Next Post

চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

MyNews Bureau

MyNews Bureau

Related Posts

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।
COVID-19

ক’তো বিছনা নাপাই, এম্বুলেন্সতে ক’ৰোনাত আক্ৰান্ত ব্যক্তিৰ শেষ নিশ্বাস ত্যাগ।

April 18, 2021
সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা
COVID-19

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

April 13, 2021
হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ
India

হিমাচল প্ৰদেশৰ জিডিপি, পৰ্যটন তথা পৰ্যটকৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য় ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী জয়ন্ত ঠাকুৰৰ

April 11, 2021
হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?
Assam

হাগ্ৰামাৰ সৈতে একেখন নাৱৰেই যাত্ৰী হ’বলৈ গৈ আছে নেকি অতুল-কেশৱ-ফণী?

March 27, 2021
SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা
Big Story

SADDAM HUSSIN ৰ পৰা উৎসাহিত হৈ THALLIUM ব্যৱহাৰেৰে ৰচিলে পত্নী পৰিয়ালসহ পত্নী হত্যাৰ ষড়যন্ত্ৰ, আৰক্ষীৰ জালত REALTOR বৰুণ অৰোৰা

March 25, 2021
JIOৰ আন এক আকৰ্ষণীয় অফাৰ। এবছৰলৈ ফ্ৰী কলিঙৰ সৈতে পাব হাইস্পীড ডাটা
Gadget

JIOৰ আন এক আকৰ্ষণীয় অফাৰ। এবছৰলৈ ফ্ৰী কলিঙৰ সৈতে পাব হাইস্পীড ডাটা

March 21, 2021
Next Post
চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

চিৰাঙৰ বিজনীত উদীয়মান যুৱক-যুবতীৰ আদৰণীয় পদক্ষেপ

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
Sand artist urges people to ‘Go Green’ with stunning sculpture

Sand artist urges people to ‘Go Green’ with stunning sculpture

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.