Local, Vocal, Global

Watch | Indian Army’s ‘Operation Sindoor’: ভাৰতীয় সেনাৰ ‘অপাৰেচন সেন্দূৰ’

নিউজ ডেস্ক : পেহেলগাম কাণ্ডৰ ১৫ দিনৰ অন্তত ফাইনেল এক্সন ভাৰতৰ ।
ভাৰতীয় সেনাৰ ‘অপাৰেচন সেন্দূৰ’ ।
পাকিস্তানৰ ৯টা স্থান নি:শেষ কৰিলে ভাৰতীয় সেনাই ।
মাজ নিশা ১ বাজি ৪৫ মিনিটত ভাৰতে চলাইছিল ‘অপাৰেশ্যন সিন্দূৰ’ ।
৯টা সন্ত্রাসবাদীৰ ঘাটিত এয়াৰ ষ্টাইক বায়ুসেনাৰ ।
ভাৰতৰ আক্ৰমণত এইপর্যন্ত ১০০ পাকিস্তানী সন্ত্রাসবাদীৰ মৃত্যু ।
কেৱল সন্ত্রাসবাদীৰ ঘাটিত কৰা হৈছিল এই আক্রমণ ।
পাকিস্তানৰ কোনো সাধাৰণ লোকক লক্ষ্য কৰা হোৱা নাই ।
পাকিস্তানৰ সামৰিক আৰু আৰু অর্থনৈতিক স্থানত আক্ৰমণ কৰা নাই ।
কেৱল উপযুক্ত তথ্য থকা সন্ত্রাসবাদীৰ ঘাটিত চলিছে আক্রমণ।