ভাৰতত অব্যাহত কৰ’নাৰ ভয়াৱহতা

♦️দেশত ৩৩ লাখ অতিক্ৰম কৰ’নাত সুস্থ হোৱা ৰোগীৰ সংখ্যা
♦️বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৭৫,৮০৯ গৰাকী
♦️বৰ্তমানলৈ ভাৰতত কৰ’নাত আক্ৰান্ত ৪২ লাখ ৮০ হাজাৰ ৪২২ গৰাকী
♦️বৰ্তমান ভাৰতত চিকিৎসাধীন অৱস্থাত আছে ৮ লাখ ৮৩ হাজাৰ ৬৯৭ গৰাকী
♦️বৰ্তমানলৈ সুস্থ হৈ উঠিছে ৩৩ লাখ ২৩ হাজাৰ ৯৫০ গৰাকী
♦️দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৭২ হাজাৰ ৭৭৫ গৰাকী