Local, Vocal, Global

ভাৰতত কৰ’নাৰ ভয়াবহ ৰূপ , ১০ লাখ অতিক্ৰম কৰ’নাত আক্ৰান্তৰ সংখ্যাই

  • ১০ লাখ অতিক্ৰম কৰিলে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই
  • এদিনত আক্ৰান্তৰ নতুন অভিলেখেৰে ভাৰতত ২৪ ঘন্টাত ৩২ সহস্ৰাধিক আক্ৰান্ত,মৃত্যু ৬০৬ গৰাকীৰ
  • ভাৰতত এই পৰ্যন্ত ১০,০৪,৩৮৩ গৰাকী আক্ৰান্ত,২৫,৬০৫ গৰাকীৰ মৃত্যু
  • সৰ্বাধীক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত ২৪ ঘন্টাত ৭,৯৭৫ আক্ৰান্তসহ মুঠ আক্ৰান্তৰ সংখ্যা ২,৭৫,৬৪০ লৈ বৃদ্ধি,মৃত্যু ১০,৯২৮ গৰাকীৰ
  • দ্বিতীয় স্থানত থকা তামিলনাদুত ১,৫১,৮২০ গৰাকী আক্ৰান্ত,মৃত্যু ২,১৬৭ গৰাকীৰ
  • ৰাজধানী দিল্লীত আক্ৰান্ত ১,১৮,৬৪৫ গৰাকী,মৃত্যু ৩,৫৪৫ গৰাকীৰ
  • বিশ্বত এই পৰ্যন্ত ১,৩৮,১০,১৫৯ গৰাকী আক্ৰান্তৰ বিপৰীতে মৃত্যুৰ সংখ্যা ৫,৮৯,২২০ লৈ বৃদ্ধি