Local, Vocal, Global

INDIA Bloc Maharally : দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া মিত্ৰজোটৰ বিশাল ৰেলী

নিউজ ডেস্ক,৩১মাৰ্চ : আজি দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হয় আপৰ দ্বাৰা আয়োজন কৰা ইণ্ডিয়া মিত্ৰজোটৰ বিশাল ৰেলী। দিল্লীৰ ৰামলীলা ময়দানত বিৰোধীৰ ‘মহাৰেলী’। ‘লোকতন্ত্ৰ বচাও’ শীৰ্ষক ৰেলী INDIA এলায়েন্সৰ। অৰবিন্দ কেজৰিৱাল, হেমন্ত ছোৰেনক মুক্তিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী(INDIA Bloc Maharally )।

ইয়াৰ ওপৰত লক্ষ্য ৰাখি ৰামলীলা ময়দানৰ প্ৰতিখন গেটত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। ইণ্ডিয়া মিত্ৰজোটৰ বিশাল ৰেলীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এছপি) মুৰব্বী শৰদ পাৱাৰ আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে উপস্থিত থাকে(INDIA bloc’s ‘Loktantra Bachao’ rally in Delhi today) ।

লগতে পঢ়ক : Huge quantity of drugs seized : বুজন পৰিমাণৰ হেৰ’ইনসহ আটক দুই সৰবৰাহকাৰী