এই গাঁৱত ধুনীয়া নাৰীয়ে কাপোৰ পিন্ধিব নোৱাৰে,পিন্ধিলেই শাস্তি !

ডিজিটেল ডেস্কঃ- এই গাঁৱত ঘূৰি ফুৰিলে কাপোৰ খুলিব লাগিব।হয় এই গাঁৱৰ সকলো উলংগ। গাঁৱৰ সকলো উলংগ হৈ থাকে।
কোনেও কাপোৰ পিন্ধা নাই। আচৰিত যেন লাগিলেও, বাস্তৱত পৃথিৱীত এনেকুৱা এখন গাঁও আছে। য’ত যুৱতীসকলে কাপোৰ নোহোৱাকৈ ৰাজপথত ঘূৰি ফুৰে। এইখন দক্ষিণ ইংলেণ্ডৰ হাৰ্টফোৰ্ডশ্বাইৰৰ স্পিলপ্লটজ গাঁও। কিন্তু, স্পিলপ্লাটজ গাঁৱৰ বাসিন্দাসকলে কিয় ইমান অদ্ভুত নিয়ম মানি চলে?
কোনোৱে কাপোৰ পিন্ধা নাই
হাৰ্টফোৰ্ডশ্বাইৰৰ স্পিলপ্লাটজ গাঁৱৰ বাসিন্দাসকলে বিগত ৮৫ বছৰ ধৰি উলংগ হৈ ঘূৰি ফুৰিছে। কিন্তু এই গাঁৱৰ বাসিন্দাক পিছপৰা মানুহ বুলি ভবাৰ কোনো কাৰণ নাই। ইয়াৰ ভিতৰত শিক্ষিত লোকো আছে, ইয়াৰ উপৰিও ধনী লোকো আছে। আৰু ক্ৰীড়াৰ অংশ হিচাপে অইন মানুহৰ দৰে এই গাঁওবাসীয়েও শিল বগাই ভাল পায়। নৃত্য বা সংগীতৰো আয়োজন কৰে অথচ তেওঁলোকৰ শৰীৰত কাপোৰ নাই।
এই গাঁৱৰ বাসিন্দাসকলে শৰীৰত কোনো কাপোৰ পিন্ধিব নালাগে আৰু পৰ্যটকেও কাপোৰ খুলিব লগীয়া হয়।
কেৱল গাঁওবাসীয়েই নহয় পৰ্যটকসকলেও এই গাঁৱত কাপোৰ খুলিব লগা হৈছে। হাৰ্ডফোৰ্ডশ্বাইৰ গাঁও স্পিলপ্লেজলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকে এই উদং হৈ আৰক্ষী থানাৰ নিৰ্দেশ মানি চলিব লাগিব।
মহিলাসকলে কাপোৰ নোহোৱাকৈ ঘূৰি ফুৰে:-
আজব গাওঁৰ অদ্ভুত নিয়ম। গাঁৱৰ মানুহে কাপোৰ নোহোৱাকৈ ঘূৰি ফুৰিছে। কাৰো মাজত লজ্জা ভাৱ নাই।
একাংশ লোকৰ দৃষ্টিত এয়া অশ্লীল হ’লেও এই কাৰ্য সমাজ জীৱনৰ এক অংশ। কোনো কোনোৱে কয় যে মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। অৱশ্যে এই পৰম্পৰা বন্ধ কৰিবলৈ বহু দল সংগঠনে বৃটিছ প্ৰশাসনক আহ্বান জনাইছে।