Local, Vocal, Global

Illegal Bangladeshi Immigrants continues in India : আগৰতলা ৰে’ল ষ্টেচনত আটক ১১ টাকৈ বাংলাদেশী

নিউজ ডেস্ক,৩০জুন : অবৈধভাৱে ভাৰতত প্ৰৱেশ বাংলাদেশীৰ ! আগৰতলা ৰে’ল ষ্টেচনত আটক ১১ টাকৈ বাংলাদেশী।

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অপৰাধত আটক এম ডি সুজান ৰানা, আজিজুল শইক, এম ডি লিমন, নৰ্গিছ আখতাৰ , এম ডি ইউছুফ আলী , এম ডি চাহিদুল ইছলাম , নিপা মণ্ডল , আখে বেগাম , ওমি আখতাৰ , চাজিব আলী, আছমা বিশ্বাস নামৰ ১১টাকৈ বাংলাদেশী(Illegal Bangladeshi Immigrants continues in India )।

লগতে পঢ়ক : At least 18 killed in northern Nigeria blasts :নাইজেৰিয়াৰ উত্তৰ-পূব বৰ্ণোত আত্মঘাটী বোমাৰুৰ আক্ৰমণ; নিহত ১৮জন,আহত ৩০জন