At least 18 killed in northern Nigeria blasts :নাইজেৰিয়াৰ উত্তৰ-পূব বৰ্ণোত আত্মঘাটী বোমাৰুৰ আক্ৰমণ; নিহত ১৮জন,আহত ৩০জন

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০জুন : নাইজেৰিয়াৰ উত্তৰ-পূব বৰ্ণোত আত্মঘাটী বোমাৰুৰ আক্ৰমণ। আত্মঘাটী বোমাৰুৰ আক্ৰমণত নিহত ১৮জনকৈ লোক । আহত ৩০জন ।
শনিবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । শনিবাৰে নাইজেৰিয়াৰ উত্তৰ-পূব বৰ্ণোৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণৰ লক্ষ্য হিচাপে লয় বিয়া, শ্মশান আৰু চিকিৎসালয়(At least 18 killed in northern Nigeria blasts)।
কৰ্তৃপক্ষই জনোৱা মতে, এই আক্ৰমণৰ ফলত ১৮ জন লোকৰ মৃত্যু হয় য’ত শিশু, প্ৰাপ্তবয়স্ক আৰু গৰ্ভৱতী মহিলাও আছে।