Local, Vocal, Global

বৰপথাৰৰ খাকৰাজানত জব্দ বৃহৎ পৰিমাণৰ হেৰোইন…

ডিজিটেল ডেস্ক:- ৰাজ্য়ত চলি আছে নিচাযুক্ত হিৰোইনৰ চোৰাং বেহা।এইবাৰ কাৰ্বি আংলং আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ৰ বৃহৎ সফলতা।বৰপথাৰৰ খাকৰাজান জব্দ হেৰোইন।বুধবাৰে কাৰ্বি আংলং আৰক্ষী আৰু গোলাঘাট আৰক্ষীয়ে জব্দ কৰে হেৰোইনখিনি।আৰক্ষীয়ে জব্দ কৰে ১৪০ টা চাবোন ভৰ্তি কন্টেনাৰ সহ এজন সৰবৰাহকাৰীক।ধৃত সৰবৰাহকাৰীজন ট্ৰাক খনৰ চালক।জব্দ কৰা হেৰোইন খিনিৰ ওজন ১.৮ কিলোগ্ৰাম।