Watch | Huge python snake found in Boko: বকোৰ চন্দ্ৰাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ
বকো: বকোৰ চন্দ্ৰাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ ৷ প্ৰকাণ্ড অজগৰ সাপ ডালৰ উজন প্ৰায় ১২ ফুট দিঘলৰ ২০ কিলো । চন্দ্ৰাৰ গাঁওৰ গাঁও প্ৰধান ৰূপম বড়োই উদ্ধাৰ কৰে এই অজগৰ ডাল । জানিব পৰা মতে খাদ্যৰ সন্ধানত চন্দ্ৰা গাঁৱৰ বাংটিকোত পাহাৰ পৰা নামি অহাৰ সন্দেহ অজগৰ ডাল ৷ অবশেষত শিংৰা খণ্ড বন কাৰ্যালয়ত গাঁও প্ৰধান ৰূপম বড়োই নিজেই গৈ শিংৰা খণ্ড বন কাৰ্যালয়ৰ বিষয়াক অজগৰ ডাল চমজি দিয়ে।