HSLC Exam 2025 :আজিৰে পৰা আৰম্ভ ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

নগাঁও,১৫ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
নগাঁও ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত মুঠ ৬৭৫ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে(HSLC Exam 2025)।
নগাঁৱৰ মুঠ ৪৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
নগাঁৱত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২২,০৭৮ গৰাকী।
লগতে পঢ়ক:Large quantity of ganja seized :সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে এটা গাঞ্জা ব্যৱসায়ী