HSLC Exam 2025 :আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা
হাটশিঙিমাৰী,১৫ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত মুঠ ৮ খন পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা(HSLC Exam 2025)।
দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰৰ পৰা ৫০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ।
লগতে পঢ়ক:Advantage Assam 2.0: দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল