HS Final Results: আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল

গুৱাহাটী, ৬ জুন : অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা হ’ব অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল । আজি পুৱা ৯ বজাৰ লগে লগেই ফলাফল লাভ কৰিব শিক্ষাৰ্থীসকলে (Assam HS result 2023 to be declared today at 9 AM)।
এক টুইটযোগে এই কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৯ টা ৱেবচাইটৰ জড়িয়তে পৰীক্ষাৰ্থীসকলে চাব পাৰিব পৰীক্ষাৰ ফলাফল । ফলাফল চাব পৰা ৱেবছাইটকেইটা হ’ল :
https:/www.ahsec.assam.gov.in
http:/www.indiaresults.com
https:/assamjobalerts.com
https:/www.iresults.net
https:/www.exametc.com
https:/www.assamresult.co.in
https:/www.results.shiksha
https:/www.assamresult.in
https:/www.iresults.in