Local, Vocal, Global

Homework ৰ দ্বাৰা হতাশা হৈ সৰু কণমানি এজনীয়ে কৰিলে PM মোদীক অনুৰুধ

Homework ৰ দ্বাৰা হতাশা হৈ সৰু কণমানি এজনীয়ে কৰিলে PM মোদীক অনুৰুধ
কোৰোনা জটিল পৰিস্থিতিত ঘৰৰ ভিতৰত আবদ্ব থাকি মানুহ হতাশাত ভুগিছে বিশেষকৈ সৰু কণমানি সকল,সিহঁতে খেলিব পৰিছে নে schoolলৈ যাব পাৰিছে,online class ৰ বোজাতো বেলেগ। এনে পৰিস্থিতিতে কাশ্মীৰৰ ৬ বছৰীয়া কণমানি এজনীৰ video এটি viral হৈছে।কণমানি জনীয়ে online class ৰ Homework লৈ হতাশ হৈ প্ৰধানমন্ত্ৰী মোদীক গহৰ লগাইছে যে সৰু লৰা ছোৱালীৰ ওপৰত ইমান বেছি Homework ৰ বোজা কিয় দিয়ে।কণমানি জনীয়ে PM মোদীক জনাই যে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ class কৰা আৰু Homework কৰা ডাঙৰ লৰা ছোৱালী সকলৰ হয় কিন্তু সৰু লৰা ছোৱালী সকলৰ হতোৱাই ইমান কাম কিয় কৰুৱাই আৰু লগতে ,সৰু লৰা ছোৱালীৰ ওপৰত ইমান পঢ়াৰ বুজা নিদিব বুলিও অনুৰুধ জনাই। জম্মু কাশ্মীৰৰ এই কণমাণিৰ video টো social media ত viral হৈছে আৰু video টি বহু সংখ্যাক পৰিমাণে share হৈছে।কণমানি জনীৰ অনুৰোধক গুৰুত্ব জনাই জম্মু কাশ্মীৰৰ LG মনোজ সিং ই ৪৮ ঘন্টাৰ ভিতৰত শিক্ষা বিভাগত এনেকুৱা নীতি গ্ৰহণ কৰিবলৈ আদেশ দিয়ে যাৰ দ্বাৰা শিশু সকলৰ Homework ৰ বোজা কমি যায়।

 

 

video link—- https://www.indiatoday.in/image-of-the-day/video/image-of-the-day-viral-video-of-6-year-old-kashmiri-girl-complaining-about-homework-to-pm-1809236-2021-05-31?jwsource=cl