WATCH | Himanta Biswa Sarma : সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধমক দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
নিউজ ডেস্ক,১৬এপ্ৰিল : সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধমক দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
ধমক দিয়া ভিডিঅ’টো আচলতে ভাইৰেল কৰিব নালাগিছিল(Himanta Biswa Sarma)।
ভাইৰেল কৰাজনৰ মানসিকতাক লৈ মুখ্যমন্ত্ৰীৰ আক্ষেপ।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা