WATCH | Himanta Biswa Sarma : লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা
নিউজ ডেস্ক,১৬এপ্ৰিল : লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
ফোন অন কৰি থওক, যিকোনো মুহুৰ্তত ফোন কৰিব চৰকাৰে(Himanta Biswa Sarma)।
প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্রকাশ।
জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব ১০ হাজাৰকৈ টকা।
প্ৰতিগৰাকী বাচনিভুক্ত হোৱা মহিলাই লাভ কৰিব ১০ হাজাৰকৈ টকা।
পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব ২৫ হাজাৰ আৰু ৫০ হাজাৰকৈ টকা।
কিস্তিত লাখপতি বাইদেউৰ ধন প্রদানৰ ব্যবস্থা চৰকাৰৰ।
‘হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব, কামত লগাওক’।
তেতিয়াই পৰৱৰ্তী কিস্তিত দিব ২৫ হাজাৰকৈ টকা।
শেষৰ কিস্তিৰ ধন হ’ব ৫০ হাজাৰ।
গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ।
৩টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি আঁচনিৰ সুবিধা।
লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
লগতে পঢ়ক : WATCH | Udalguri News : RMC ৰ ওদালগুৰি জিলা সমিতি গঠন