WATCH | Himanta Biswa Sarma : ৱাকফৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ,আন্দোলন কৰিব নোৱাৰিব আমছুৱে’- মুখ্যমন্ত্ৰী
নিউজ ডেস্ক,১৬এপ্ৰিল : ‘ৱাকফৰ বিৰোধিতাৰে ৰাজপথত প্ৰতিবাদ,আন্দোলন কৰিব নোৱাৰিব আমছুৱে’
মুছলমানৰ ছাত্ৰ সংগঠন আমছুক সকীয়নী মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma)
‘ৰাজপথত কোনেও প্ৰতিবাদ কৰিব নোৱাৰিব’
‘ৰাজপথত কোনো দল,সংগঠনে কৰিব নোৱাৰিব প্ৰতিবাদ’
ৱাকফ আইন বিৰোধিতা কৰি আদালতলৈ যাওক মুছলমান সংগঠন
‘সর্বোচ্চ ন্যায়ালয়লৈ যাওক আমছু’
‘সর্বোচ্চ ন্যায়ালয়লৈ যাওক আমছু’
‘আদালতত আলোচনা ন্যায়াধীশে কৰিব, আমি নকৰো’
এনেদৰে দল,সংগঠনক সকীয়নী মুখ্যমন্ত্ৰীৰ
ৱাকফৰ বিৰোধিতা কৰা মানুহ ৰাস্তালৈ ওলাই আহিলে ৱাকফ সমৰ্থন কৰা মানুহো ৰাস্তালৈ ওলাই আহিব। অসমত কাজিয়া হোৱাটো নিবিচাৰোঁ।সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: উলাবড়ী পশ্চিম ন-খেতিত ৪০ সংখ্যক ৰঙালী বিহু উদযাপন