WATCH | Himanta Biswa Sarma : ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ অসম আৰক্ষী
নিউজ ডেস্ক,১৬এপ্ৰিল : ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ অসম আৰক্ষী।
গ্ৰেপ্তাৰ কৰা হ’ল দিলৱাৰ হুছেইনসহ ৭ প্ৰতিবাদকাৰীক।
অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি সকীয়াই দিছিল মুখ্যমন্ত্ৰীয়ে(Himanta Biswa Sarma)।
শিলচৰত প্ৰতিবাদৰ নামত হিংসাৰ আশ্ৰয় লৈছিল প্রতিবাদকাৰীয়ে।
আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ দিলৱাৰ হুছেইন, নজমুল ইছলাম, বিদৰ লস্কৰ, ৰহিত হুছেইন, আতিকুৰ ৰহমান,ৰহিত আহমেদ, ৰিয়াজুল লস্কৰকো গ্ৰেপ্তাৰ আৰক্ষীৰ
ৱাকফ বিৰোধী প্ৰতিবাদত শিলচৰত প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হৈছিল হতাহতি।
প্ৰতিবাদৰ গইনা লৈ অসম অশান্ত কৰিলেই কঠোৰ হ’ব প্ৰশাসন। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।
ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাইও আমছুসহ আন প্ৰতিবাদকাৰীক দিছে হুংকাৰ।
লগতে পঢ়ক : WATCH | Waqf Amendment Act : আজি ৱাকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত শুনানি