Local, Vocal, Global

Heated fight over parking vehicles on gmch:GMCHৰ চৌহদত বাহন পাৰ্কিং কৰাক লৈ প্ৰচণ্ড মাৰপিট

GMCHৰ চৌহদত উত্তপ্ত পৰিস্থিতি। সুৰাপান কৰি আহি ই-ৰিক্সা চালকক মাৰপিটৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে । ই-ৰিক্সাচালকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ চিকিৎসকৰ। চিকিৎসকজনে সুৰাপান কৰি মাৰপিট কৰাৰ অভিযোগ ই-ৰিক্সাচালকৰ । ডাঃ অমূল্য হাজৰিকাৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ । সামান্য কথাতেই ই-ৰিক্সা চালকক প্ৰহাৰ ডাঃ অমূল্য হাজৰিকাৰ