Local, Vocal, Global

Haryana Congress MLA Surender Panwar Arrested : হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰক ED ৰ গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২০জুলাই : হাৰিয়ানাৰ কংগ্ৰেছ বিধায়ক সুৰেন্দ্ৰ পানৱাৰক ED ৰ গ্ৰেপ্তাৰ ৷ হাৰিয়ানাৰ ছোনিপটৰ পৰা পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ বিধায়কজনক(Haryana Congress MLA Surender Panwar Arrested)।

জানিব পৰা মতে, ৰাজ্যখনৰ যমুনা নগৰ অঞ্চলৰ অবৈধ খনন গোচৰত জড়িত থকাৰ অভিযোগত বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে পানৱাৰক আম্বালাৰ ইডি কার্যালয়লৈ আনে আৰু আদালতত হাজিৰ কৰায়(Haryana Congress MLA Surender Panwar Arrested By Probe Agency ED In Mining Case)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ বছৰৰ ৪ জানুৱাৰীত EDৰ এটা দলে ছোনিপটত সুৰেন্দৰ পানৱাৰ আৰু তেওঁৰ একাংশ ঘনিষ্ঠৰ বাসগৃহত তালাচী চলাইছিল। এই অভিযানত বিধায়কগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ৰ পৰা ইডিয়ে কেতবোৰ গুৰুত্বপূর্ণ নঠি-পত্র জব্দ কৰিছিল।

লগতে পঢ়ক : Bodies of two youths drowned in rupahi waterfall recovered : অৱশেষত উদ্ধাৰ হ’ল গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হোৱা দুই যুৱকৰ মৃতদেহ