Local, Vocal, Global

WATCH | Hajo News : ২নং হাজো জিলা পৰিষদৰ কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থী মুনি আৰা বেগমৰ হাজোৰ বিভিন্ন অঞ্চল পৰিদৰ্শন

হাজো,১৮মে’ : পঞ্চায়ত নিৰ্বাচনত বিপুল ভোটত বিজয় সাব্যস্ত কৰে ২ নং হাজো জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী মুনি আৰা বেগম। জিলা পৰিষদৰ প্ৰাৰ্থী মুনি আৰা বেগমে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক কেইবা হাজাৰ ভোটত পৰাজিত কৰাৰ পিছত আজি জিলা পৰিষদৰ ভোটাৰ সকলক এষাৰ মাত দিয়াৰ উদ্দেশ্যে বাহিৰ কৰে এক ৰেলি(Hajo News)।

শতাধিক সমৰ্থকক লগত লৈ কংগ্ৰেছৰ পৰা বিজয় হোৱা প্ৰাৰ্থী মুনি আৰা বেগমে জিলা পৰিষদৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি সাধাৰণ লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বুজ লয় বিভিন্ন অভাৱ অভিযোগৰ। প্ৰাৰ্থী গৰাকীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰুবুল আলিয়ে।

লগতে পঢ়ক : WATCH | Dergaon Tiranga yatra : ভাৰতৰ বীৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দেৰগাঁৱত ত্ৰিৰংগা যাত্ৰা