Local, Vocal, Global

WATCH | Hajo News : হাজোৰ নকুছিত বাৰ্ষিক ৰঙালী বিহু সন্মিলন

হাজো,১৬এপ্ৰিল : হাজোৰ নকুছিত বাৰ্ষিক ৰঙালী বিহু সন্মিলন।

নকুছি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত উদ্যোগপামত অনুষ্ঠিত বিহু সন্মিলনত গীত পৰিৱেশন কৰে জনপ্ৰিয় গায়িকা সুবাসনা দত্ত আৰু বিকশিতা গগৈৰ ।

নলবাৰীৰ পানচৈ গোষ্ঠীৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুস্থান উপভোগ কৰি অভিভূত বিহুপ্ৰেমী ৰাইজ। লগতে হাপা-চেনিৰ কৌতুক অভিনয় পৰিৱেশন(Hajo News) ।

লগতে পঢ়ক : WATCH | Sensational incident : সাপটগ্ৰামত মগনীয়া মহিলাক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ