Local, Vocal, Global

সমগ্ৰ মহানগৰীতে হ’ব কঠোৰ লকডাউন

  • গুৱাহাটীত পুনৰ লকডাউনৰ সম্ভাৱনা প্ৰকট
  • শুকুৰবাৰৰ বিয়লিৰ পৰা পুনৰ হ’ব পাৰে কঠোৰ লকডাউন
  • দুই-এদিনৰ ভিতৰতে ৰাজ্য চৰকাৰে লব সিন্ধান্ত
  • বৰ্তমানলৈ মহানগৰীত আক্ৰান্ত  প্ৰায়  সহস্ৰাধিক লোক
  • প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে আক্ৰান্ত সংখ্যা
  • বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সৈতে বৈঠক স্বাস্থ্যমন্ত্ৰীৰ
  • বৈঠকৰ পিছতে লকডাউন সন্দৰ্ভত সিন্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে