পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা

- আজিৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা
- ফেৰীত কেৱল যাত্ৰীহে যাতায়ত কৰিব পাৰিব
- বাইক আৰু গাড়ী নিয়াৰ ক্ষেত্রত প্ৰশাসনৰ নিষেধাজ্ঞা
- যাত্ৰী সকলে মানি চলিব লাগিব ক’ভিড-১৯ৰ সকলো নীতি নিয়ম
- কেৱল ৫০% যাত্ৰীহে যাব পাৰিব ফেৰীত,
- যাত্ৰায়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
- ছেনিটাইজ কৰা হৈছে ফেৰী সমূহত
- মাত্র ৪গৰাকী যাত্ৰী লৈ উত্তৰ গুৱাহাটীলৈ গ’ল প্ৰথমখন ফেৰী