Google Play store ত উপলব্ধ হ’ল অসমীয়া ভাওনাৰ এপ
- এজন যুৱকৰ প্ৰচেষ্টাত Google Play store ত উপলব্ধ হ’ল গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনা
- এপটো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য গুৰুজনাৰ সৃষ্টিৰাজি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা
- এই এপটো উলিয়াইছে নাৰায়নপুৰৰ যুৱক ধ্ৰুবজ্যোতি বৰুৱাই
- ধ্ৰুবজ্যোতি বৰুৱাক সহায় কৰিছিল কেশৱ গগৈ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনাৰিংৰ ছাত্ৰ বিবেক বৰাই