গোলাঘাটত প্ৰসূতি মহিলাৰ শৰীৰত ধৰা পৰিছে ক’ভিদ পজিটিভ

ৰাজ্যত বৰ্তমানেও অব্যাহত কৰ’নাৰ ত্ৰাস। । গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মহিলাৰ শৰীৰত ধৰা পৰিছে ক’ভিদ পজিটিভ।গোলাঘাটত প্ৰসূতি মহিলাৰ শৰীৰত ধৰা পৰিছে ক’ভিদ পজিটিভ । প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ থকা প্ৰতিগৰাকী প্ৰসূতিৰ স্বাৱ টেষ্ট কৰিছিল চিকিৎসালয় খনত । টেষ্টৰ পিছতেই মহিলা গৰাকীৰ ক’ভিদ পজিটিভ বুলি ধৰা পৰে। প্ৰসূতি গৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যোৰহাট চিকিৎসালয় মহাবিদ্যালয়লৈ।