Local, Vocal, Global

গহপুৰত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল গঢ়ি প্ৰতিবাদ

সদৌ অসম  অনুসূচিত জাতি ছাত্ৰ সন্থাৰ  বিশ্বনাথ জিলা সমিতিৰ উদ্য়োগত আছু, আটছা, আছা, মানৱ সংগ্ৰাম সমিতি, গহপুৰৰ দল সংগঠনৰ সহযোগত কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত মানৱ শৃংখল গঢ়ি প্ৰতিবাদ । গহপুৰ নগৰৰ মাজমজিয়াত শতাধিক দল সংগঠৰ সদস্যই বিজেপি চৰকাৰ খনক কঠোৰ ভাষাৰে সমালোচনা কৰে। চিকিৎসাৰ দোহাই দি কৃষক নেতা গৰাকীক এনে ধৰনৰ অত্যাচাৰ ৰাজ্যবাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য় কৰে দল সংগঠনৰ বিষয়ববীয়াসকলে ।