Local, Vocal, Global

WATCH | Gohpur News : ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীক হেণ্ডকাপ বিহীনভাৱে জেল হাজোতলৈ নিশা দৃশ্য কেমেৰাত বন্দি

গহপুৰ,১৭মাৰ্চ : অসম আৰক্ষীৰ দ্বায়িত্বৰ নমুনা! ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীক হেণ্ডকাপ বিহীনভাৱে জেল হাজোতলৈ নিশা দৃশ্য কেমেৰাত বন্দি ।

হাৱাজান আৰক্ষীৰ আজৱ কাণ্ডত হতচকিত জনতা । স্ক্ৰীনত দৰ্শকে হাতত বেগলৈ গাড়ীখনলৈ আগবঢ়ি গৈ থকা ব্যক্তিজন POCSO কেচত অভিযুক্ত ব্যক্তি।

কিশোৰী ধৰ্ষণৰ চেষ্টা কৰি বিবাহিত লম্পট ভিল চৰকাৰ ৰঙা ঘৰৰ আলহী হাৱাজান আৰক্ষীৰ আজৱ কাণ্ড ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীক হেণ্ডকাপ বিহীনভাৱে জেল হাজোতলৈ নিয়া কাণ্ড সংঘটিত হৈছে এইখন অসমতে । সাংবাদিকে বিনা হেণ্ডকাফে নিয়া কথাত প্ৰশ্ন কৰাত আৰক্ষীয়ে হাতত ধৰি লয় অভিযুক্তৰ। আনহাতে হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযুক্তৰ ভিডিঅ’ নলবলৈও কয় সাংবাদিকক(Gohpur News)।

লগতে পঢ়ক : WATCH | Asaduddin Owaisi : ‘ৱাকফ আইনত কোনো সংশোধন গ্ৰহণযোগ্য নহয়’