Local, Vocal, Global

WATCH | Asaduddin Owaisi : ‘ৱাকফ আইনত কোনো সংশোধন গ্ৰহণযোগ্য নহয়’

নিউজ ডেস্ক,১৭মাৰ্চ : ‘ৱাকফ আইনত কোনো সংশোধন গ্ৰহণযোগ্য নহয়’

‘ৱাকফৰ সম্পত্তি আল্লাহৰ সম্পত্তি,মোডী চৰকাৰৰ সম্পত্তি নহয়’

‘ ৱাকফৰ জৰিয়তে মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মোডী চৰকাৰে’

মুছলমানৰ প্ৰতিবাদত মোদী চৰকাৰৰ বিৰুদ্ধে গৰ্জন সাংসদ আছাদুদ্দিন ওৱেছীৰ

কোনোপধ্যেই ৱাকফ সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ আছাদুদ্দিন ওৱেছীৰ(Asaduddin Owaisi)

লগতে পঢ়ক : WATCH | Family holds funeral for daughter who married by choice : জীয়াই থকা ছোৱালীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে পৰিয়ালে