Goalpara fire: গোৱালপাৰা শাস্ত্রীনগৰত অগ্নিকাণ্ড

৮ফেব্ৰুৱাৰী ২০২৫, ৱেবডেস্ক :গোৱালপাৰা চহৰৰ শাস্ত্রীনগৰত অগ্নিকাণ্ড। তিনিটা পৰিয়ালৰ বাসগৃহ অগ্নিকাণ্ডত ভস্মীভূত । মুন্না ৰাজভৰ নামৰ লোক জনৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।অগ্নিকাণ্ডৰ সময়ত কোনো লোক ঘৰত নাছিল বুলি জানিব পৰা হোৱা নাই । ঘৰত থকা চিলিন্দাৰ এটা বিস্ফোৰণ হোৱাত জুইয়ে ভয়ানক ৰূপ লয় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে নিয়ন্ত্ৰণ কৰে জুই ।