Watch | Goalpara eviction: গোৱালপাৰাৰ পাইকানৰ বিদ্যাপাৰাৰ বিদ্যালয়ত অগ্নিসংযোগ
গোৱালপাৰা: গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি
- গোৱালপাৰাৰ পাইকানৰ উচ্ছেদিত আৰু আৰক্ষীৰ সংঘৰ্ষ
- বিদ্যাপাৰাৰ বিদ্যালয়ত অগ্নিসংযোগ
- পুৱাৰে পৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত অব্যাহত উত্তেজনা
- আৰক্ষীৰ গুলীত নিহত ছাকোৱাত আলী
- উত্তেজিত লোকৰ শিলগুটি নিক্ষেপত আহত কেইবাগৰাকী আৰক্ষীও
- ঘটনাস্থলীত মোতায়েন কৰা হৈছে শ শ আৰক্ষী, চি আৰ পি এফৰ দল লগতে আৰক্ষীৰ ব্লেক কামাণ্ডো নিয়োগ কৰা দেখা গৈছে
লগতে পঢ়ক: Watch | Goreswar news: গোৰেশ্বৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ