ছিউল বিশ্ববিদ্যালয়ত অসমৰ মহিলা সাংবাদিক
◆অসমৰ ক্ৰীড়া আৰু ফটো সাংবাদিক গীতিকা তালুকদাৰে লাভ কৰিছে
দক্ষিণ কোৰিয়া চৰকাৰৰ জলপানি।
◆গ্ল’বেল স্প’ৰ্টছ মেনেজমেণ্টৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে দক্ষিণ কোৰিয়া চৰকাৰৰ জলপানি লাভ
◆জলপানি লাভ কৰা বিশ্বৰ ৪৮ খন দেশৰ ২০ গৰাকী লোকৰ মাজত স্থান লাভ কৰিছে তালুকদাৰে
◆ইতিমধ্যে গীতিকা তালুকদাৰ উপস্থিত হৈছেগৈ দেশখনৰ ছিউল বিশ্ববিদ্যালয়ত
◆ দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া সাংবাদিকতাৰ সৈতে জড়িত গীতিকা তালুকদাৰ