Local, Vocal, Global

Gauhati High Court Rules Naba Kumar Sarania Ineligible To Contest Elections In Kokrajhar : কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই

নিউজ ডেস্ক, ১৮ এপ্ৰিল : কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব নৱ কুমাৰ শৰণীয়াই । নৱ শৰণীয়া ST নহয় বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঘোষণা। জাতিগত প্ৰমাণ-পত্ৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান অনুসৰি, নৱ কুমাৰ শৰণীয়াই জাতিগত যি প্ৰমাণ পত্ৰ দাখিল কৰিছিল সেৱা ভুৱা প্ৰমাণ-পত্ৰ । জালিয়াতিৰে প্ৰমাণপত্ৰ প্ৰস্তুত কৰি দাখিল কৰা বুলি উল্লেখ হাইকৰ্টৰ। ইয়াৰ লগে লগে কোকৰাঝাৰ লোকসভা সমষ্টিত শৰণীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিব বুলি ১০০শতাংশ নিশ্চিত হৈছে(Gauhati High Court Rules Naba Kumar Sarania Ineligible To Contest Elections In Kokrajhar)।

লগতে পঢ়ক : Massive fire breaks out in Silchar : শিলচৰত ৰৈ থকা গেছ পৰিবাহী টেংকাৰত ভয়ংকৰ অগ্নিকাণ্ড