Local, Vocal, Global

অক্টোবৰ মাহৰ পৰা ২১ বাৰতকৈ অধিক হ’ব পাৰে ১৫ বছৰতকৈ পুৰণি বাহনৰ পঞ্জীয়ন

চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ২১ বাৰতকৈও অধিক হ’ব পাৰে ১৫ বছৰীয়া পুৰণি বাহনৰ পঞ্জীয়ণ। পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে পুৰণি বাহনৰ পঞ্জীয়ণৰ লগতে থাকিব লাগিব সুস্থতা প্ৰাপ্ত প্ৰমাণ পত্ৰ। পৰিবহণ মন্ত্ৰালয়ৰ এই নতুন নিৰ্দেশনাৰ পিছতেই কঠোৰ হৈ পৰিব নিয়ম। আপুনিও যদি REGISTREATION RENEWING পিছুৱাই তেন্তে হয়তু আপুনিও ভৰিব লাগিব পাৰে ৩০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত জৰিমনা। লগতে ১৫ বছৰতকৈ ওপৰৰ চাৰিচকীয়া বাহনবোৰৰ ক্ষেত্ৰত RENEWING  REGISTREATION ৰ কাৰণে আপুনি ৫০০০ হেজাৰ টকালৈকে ভৰিব লগীয়া হ’ব পাৰে। ইয়াৰ সমান্তৰালভাৱে পুৰণি বাইক সমূহৰ RENEWING  REGISTREATION মাচুল হ’ব বৰ্তমানৰ ৩০০ টকাৰ বিপৰীতে ১০০০ টকা, ১৫ বছৰীয়া বাছ আৰু ট্ৰাকৰ ক্ষেত্ৰত ১২,৫০০ টকাৰ মাচুল হ’ব ।