Local, Vocal, Global

Watch | Former student leader Shankarjyoti Barua sent to judicial custody: প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

ডিব্ৰুগড়: শংকৰজ্যোতি বৰুৱাক ন্যায়িক জিম্মালৈ প্ৰেৰণ। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা 90/2025 গোচৰত জামিন লাভ কৰিলে যদিও দুলীয়াজান থানাত ৰুজু হোৱা 89/2025 নম্বৰৰ দ্বিতীয়তো গোচৰত আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে। যিটো গোচৰৰ শুনানি নোহোৱা পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় শংকৰজ্যোতিক।