Local, Vocal, Global

প্ৰাক্তন মন্ত্ৰী খৰচিং ইংটিৰ কংগ্ৰেছৰ পৰা পদত্যাগ

নিউজ ডেস্ক, ১৫ জুন : কংগ্ৰেছক আন এক মুখ্যত আঘাট। প্ৰাক্তন মন্ত্ৰী Khorsing Engtiয়ে বুধবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে।

ইংটিয়ে APCCৰ সভাপতি ভূপেন বৰাক প্ৰদান কৰিছে পদত্যাগ পত্ৰ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত তেওঁ দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল।

ইংটিয়ে দলটোৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাহাৰীয়া জিলাৰ সমন্বয়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।