WATCH | Food poisoning in Sipajhar: ছিপাঝাৰৰ উত্তৰ কমাৰগাঁৱত খাদ্যত বিষক্ৰিয়া

ছিপাঝাৰ,৬জুন : দৰঙৰ দিপীলা কমাৰগাঁৱত খাদ্যত বিষক্ৰিয়া।
মন্দিৰৰ মাহ প্ৰসাদ খাই গাঁৱখনৰ দুই শতাধিক লোক আক্ৰান্ত। আক্ৰান্ত সকলৰ ভিতৰত পুৰুষ,মহিলা,শিশু,বৃদ্ধ আছে(Food poisoning in Sipajhar)।
বৃহস্পতিবাৰে সন্ধিয়া ভাগৰ পৰা শৌচ ,বমি, পেটৰ বিষত আক্ৰান্ত হয় লোক সকল। আক্ৰান্ত সকলক আজি পুৱাৰে পৰা পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয আদিত ভৰ্ত্তি কৰোৱা হয়। অদ্যপি ৰোগী সকলৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ।
লগতে পঢ়ক : WATCH | Rangia News : ‘ইয়াতে মিটিং পাতিব নোৱাৰে,MLA আহে যদি বোকাৰ ওপৰত মিটিং পাতিব দিয়ক’