Fishing competition underway: নগাঁৱৰ মৰিকলং বিলত বৰশী বোৱা প্ৰতিযোগিতা…

নগাঁও,১৮জানুৱাৰী : নগাঁৱত বৰশী বোৱা প্ৰতিযোগিতা(Fishing competition underway)৷
মৰিকলং বিলত বৰশী বোৱা দেখা গল দুই শতাধিক লোকক ৷
নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে(Fishing competition underway in Nagaon) ।
লগতে পঢ়ক :Road Accident in Sipajhar : মটৰ চাইকেল-ইৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৫জন