Watch | Firing by Pakistan Army on LOC in Jammu and Kashmir: ভাৰতীয় সেনাক বলে নোৱাৰি পুনৰ নিৰীহ জনতাক টার্গেট পাকিস্তানী সেনাৰ
নিউজ ডেস্ক : ভাৰতীয় সেনাক বলে নোৱাৰি পুনৰ নিৰীহ জনতাক টার্গেট পাকিস্তানী সেনাৰ ।
সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সেনাৰ নিৰ্বিচাৰ গুলীবর্ষণ ।
পাকিস্তানী সেনাৰ আক্ৰমণত ক্ষতিগ্রস্ত সীমান্তৱৰ্তী একাংশৰ বাসগৃহ ।
উৰিৰ গিংগল অঞ্চলত ধ্বংস কেইবাটাও বাসগৃহ।
একাধিক স্থানত গুলীচালনা, গোলাবর্ষণ পাক সেনাৰ।
জম্মু-কাশ্মীৰৰ LOCত পাক সেনাৰ গোলাবর্ষণ।
পাক সেনাৰ গোলাবর্ষণত ধ্বংস ১০টাৰো অধিক ঘৰ।
অবশ্যে এইপর্যন্ত অহা নাই ঘটনাত হতাহত লোকৰ খবৰ।