Local, Vocal, Global

Fire damages hotel in Sonamarg : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত এখন হোটেল

নিউজ ডেস্ক,১৪মে’ : বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত এখন হোটেল(Fire damages hotel in Sonamarg)৷

সোমবাৰে সন্ধিয়া জম্মু-কাশ্মীৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ সোণামাৰ্গ অঞ্চলৰ এখন হোটেলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুয়ে আগুৰি ধৰে হোটেলখন ।অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হয় হোটেলখন(Fire Damages Hotel in Kashmir’s Sonamarg) ।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ ।

লগতে পঢ়ক : Mumbai duststorm: মুম্বাইত ধূলিৰ ধুমুহা; ১০০ ফুট ওখ হৰ্ডিং ভাঙি ১৪ জনৰ মৃত্যু,আহত ৭০জন