Local, Vocal, Global

Watch | Fire broke out in a parked vehicle at Digboi New Marketing parking lot: ডিগবৈ নিউ মাৰ্কেটিং পাৰ্কিংস্থলিত ৰখাই থোৱা বাহনত অগ্নিকাণ্ড

ডিগবৈ: ডিগবৈ নিউ মাৰ্কেটিং পাৰ্কিংস্থলিত ৰখাই থোৱা বাহনত অগ্নিকাণ্ড। বাহনখনৰ গৰাকী ডিগবৈ ইটাভাটাৰ নিবাসী ভৰদ্বাজ কোঁৱৰ ।পাৰ্কিংস্থলিত ৰখাই থোৱা অৱস্থাতে হঠাৎ দাও দাওকৈ জ্বলি উঠে বাহনখন। টাটা চাফাৰী বাহনখনৰ নম্বৰ হৈছে-AS23 AD 3626। সংঘটিত হোৱাৰ প্ৰায় ৩০ মিনিটৰ পাছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী।