Local, Vocal, Global

বলীউডত প্ৰবেশ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী

নিউজ ডেস্ক,২৭ মাৰ্চঃ বলীউডত উজ্বলিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। জুবিন, পাপনৰ পিছতে এইবাৰ বলীউডত প্ৰৱেEntry in Bollywood Popular singers of Assamশ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ। বলীউডৰ বিগ বাজেটৰ ছবি কেজিএফ ছেপ্তাৰ ২ ৰ “টুফান” শীৰ্ষক থিম ত কণ্ঠ দি ৰাজ্যজুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা ভৰালীয়ে। ৰবি বাছৰুৰৰ সংগীত আৰু শব্বীৰ আহমেদৰ গীতৰ কথাৰে প্ৰস্তুত কৰা টুফান শীৰ্ষক থিমছংটো হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালায়ালমকে ধৰি মুঠ পাচঁটা ভাষাত মুক্তি পাইছে। ২৭ মাৰ্চত মুক্তি পাব ১৪ এপ্ৰিলত মুক্তি লাভ কৰিব লগীয়া ছবি খনৰ ট্ৰেইলৰ ।