Local, Vocal, Global

চৰকাৰী কৰ্মচাৰীয়ে যদি বিদ্যুতৰ বিল আদায় নকৰাকৈ থাকে তেন্তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিল কৰ্তন কৰা হ’ব।

মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰ্যালোচনা সভাত বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷
এইসমূহৰ ভিতৰত মূল কেইটা হ’ল কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি বিদ্যুতৰ বিল আদায় নকৰাকৈ থাকে তেন্তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিল কৰ্তন কৰা হ’ব।এতিয়াৰে পৰা সকলো আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
[5:48 pm, 06/06/2021] +91 87248 21849: বিদ্যুতৰ বিল নিদিলে দৰমহাৰ পৰা কৰ্তন কৰা হ’ব ধন চৰকাৰী কৰ্মচাৰীয়ে