Local, Vocal, Global

নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা

নিউজ ডেস্ক, ২৮ জুলাই : এতিয়াৰে পৰা ভোটাৰ তালিকাত নাম অন্তভূৰ্ক্ত কৰিবৰ বাবে ১৮ বছৰ সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰিব নালাগে। ১৭ বছৰৰ পিছতেই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তৰ বাবে কৰিব পাৰিব আবেদন।

১৮ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অপেক্ষা কৰিব নালাগে ১ জানুৱাৰী লৈ। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তই সকলো ব্যৱস্থা সাজুৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

আবেদন কৰিবৰ বাবে ৩ টা তাৰিখ মুকলি কৰি দিছে নিৰ্বাচন আয়ুক্তই। প্ৰতি তিনিমাহৰ পিছত আপডেট হ’ব ভোটাৰ তালিকা।