Dry day on 13 october : ১৩ অক্টোবৰত ৰাজ্যত বন্ধ থাকিব সুৰা বিপণী

নিউজ ডেস্ক,৭অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাহ মতলীয়া সমগ্ৰ ৰাজ্যবাসী।
শাৰদীয় দুৰ্গোৎসৱ আনন্দ উল্লাহ মাজতে ৰাজ্য চৰকাৰ বিশেষ নিৰ্দেশনা ।
১৩ অক্টোবৰত ৰাজ্যত বন্ধ থাকিব সুৰা বিপণী(Dry day on 13 october)।
১৩ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি হোৱা বাবে ৰাজ্যত বন্ধ থাকিব সুৰাৰ বিক্ৰী(Liquor shops will be closed in the state on 13 october)।