Watch | Doomdooma murder: স্বামীয়ে শিলৰ পট্টা গুটিৰে মৰিয়াই হত্যা কৰিলে পত্নীক
ডুমডুমা: নিশা ডুমডুমা আজাদৰোডত ভয়ংকৰ ঘটনা।
স্বামীয়ে শিলৰ পট্টা গুটিৰে মৰিয়াই হত্যা কৰে পত্নীক।
মণিকা মৰাণ তাঁতীক হত্যা কৰে স্বামী কিশোৰ তাঁতীয়ে।
পত্নীক অত্যাধিক সন্দেহৰ ফলতেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ কন্যাৰ।
বৰ্তমান পলাতক স্বামী হত্যাকাৰী কিশোৰ তাঁতী।
বৰ্তমান ডুমডুমা আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো চমজি লৈ হত্যাকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি জানিব পৰা গৈছে।