Dipankar Barman Finally Brought To Guwahati:আজি আদালতত হাজিৰ কৰোৱা হ’ব মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক

নিউজ ডেস্ক,৩০অক্টোবৰ : মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক অনা হ’ল গুৱাহাটীলৈ(Dipankar Barman Finally Brought To Guwahati) ।
বিমানযোগে হায়দৰাবাদৰ পৰা গুৱাহাটীলৈ অনা হ’ল মহাপ্ৰৱঞ্চক দীপাংকৰক।
মঙলবাৰে নিশা পাণবজাৰ আৰক্ষী থানাৰ লক-আপত ৰখা হয় দীপাংকৰক(DB Stock Scam Suspect Deepankar Barman Brought to Guwahati for Probe)।
আজি গুৱাহাটীৰ আদালতত হাজিৰ কৰোৱা হ’ব দীপাংকৰ বৰ্মনক।
সম্প্ৰতি পাণবজাৰ আৰক্ষী থানাত দীপাংকৰ বৰ্মন।
দেওবাৰে গোৱাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দীপাংকৰ বৰ্মনক।
ট্ৰেডিঙৰ নামত ৭০০০ কোটি টকাৰ আত্মাসাৎ কৰাৰ অভিযোগ দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে।
লগতে পঢ়ক :Rajasthan Bus Accident: নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা যাত্ৰীবাহী বাছৰ;নিহত ১২জন,আহত ৩৫জন