Local, Vocal, Global

মুক্তি লাভ কৰিব সুশান্তৰ অন্তিমখন চিনেমা। কিন্তু কেনেকৈ চাব আপুনি ?

সম্প্ৰতি সমগ্ৰ দেশত কৰ’নাৰ ভয়াৱহতা। কিন্তু কৰ’নাৰ ভয়াৱহতাৰ মাজতে চলচিত্ৰ প্ৰেমীলৈ এক সুখবৰ। চলিত মাহতে মুক্তি লাভ কৰিব শেহতীয়াকৈ আত্মহননৰ দৰে কঠোৰ পথ বাচি লোৱা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ”DIL BECHARA”!

২৪ জুলাইৰ সন্ধিয়া ৭-৩০ বজাত ডিজিটেল মাধ্যমত মুক্তিত লাভ কৰিব সুশান্তৰ ”DIL BECHARA” ! Disney+ HOTSTARত মুক্তি লাভ কৰিব ‘DIL BECHARA” চলচিত্ৰখন।