Local, Vocal, Global

ধিঙত ব্যপক উলহ-মালহৰে পালন কৰা হয় হুনুমান জয়ন্তী

ডিজিটেল ডেস্ক:- সমাগত ৰঙালি বিহু। বিহুক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উছাহ। প্ৰতিবছৰৰ দৰে এইবাৰো ধিঙত ব্যপক উলহ-মালহৰে পালন কৰা হয় হুনুমান জয়ন্তী৷ ধিঙৰ হুনুমান মন্দিৰত তিনিদিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় হনুমান জন্মজয়ন্তী। আজি পুৱা উলিওৱা বৰ্ণিল সাংস্কৃতিক শুভাযাত্ৰাত ধিঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে অংশগ্ৰহণ কৰে।